| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
বিৱৰণ :
১৯৭৩ চনত আঞ্চলিক গৱেষণাগাৰ, ( আৰ আৰ এল ) যোৰহাটে তেল উৎপাদনকাৰী উদ্ভিদৰ বিকাশ আৰু গৱেষণাৰ বাবে ইম্ফলৰ এটা শাখাৰ প্ৰতিষ্ঠা কৰে। পাছত আঞ্চলিক গৱেষণাগাৰৰ নাম সলনি কৰি উত্তৰ পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া প্ৰতিষ্ঠান, যোৰহাট কৰাৰ পাছত ২০১২ চনত ইয়াক আৰু কেইবাটাও দিশ যেনে জৈৱ-বৈচিত্ৰতা, বায়’ প্ৰচপ্ৰেকশ্য়ন, বিভিন্ন জাতিগত উপাদানৰ ওপৰত ভিত্তি কৰি আন কিছুমান সামগ্ৰীৰ বিকাশ ঘটোৱা, ভূমিকম্পৰ পৰ্যবেক্ষন, বতৰৰ আগজাননী আদি ক্ষেত্ৰত গৱেষণা কৰিবৰ বাবে এটা শাখা গৱেষণাগাৰলৈ উন্নত কৰা হয়। এই শাখা গৱেষণাগাৰৰ মূল কাম হ’ল নেইষ্টৰ দ্বাৰা বিকশিত প্ৰযুক্তি সমূহক বিভিন্ন প্ৰতিষ্ঠান, এন জি অ’ আৰু শিল্পোদ্য়োগলৈ হস্তান্তৰ কৰা।
বিভাগীয় মূৰব্বী
ড০ এইছ বি ছিংপি এইছ ডি ( ৰেঞ্জলেণ্ড ইক’লজী )
জ্য়েষ্ঠ মুখ্য় বৈজ্ঞানিক
আই ডি নং- ১০১৯
ইমেইল- singhhb@neist.res.in, hbirkumars@yahoo.com
ফোন- +৯১ ০৩৮৫-২৪১৪৪৮১ / ফ্য়েক্স- +৯১ ০৩৮৫-২৪১৪৪৮১
অভিজ্ঞ ক্ষেত্ৰসমূহ- উদ্ভিদৰ জৈৱ-বৈচিত্ৰতা, ৰেঞ্জলেণ্ড ইক’লজী, অৰ্থনৈতিক উদ্ভিদবিদ্য়া, জলাভূমি
বৈজ্ঞানিকসকল
ড০ পি যুৱৰাজপি এইছ ডি
বৈজ্ঞানিক
আই ডি নং-১২৫৩
ইমেইল- pyuvraj@neist.res.in, yuvaraj.orgchem@gmail.com
ফোন- +৯১ ০৩৮৫-২৪১৪৪৮১
অভিজ্ঞ ক্ষেত্ৰসমূহ- জৈৱ-ৰসায়ন, ঔষধীয় ৰসায়ন, এছিমেট্ৰিক সংশ্লেষণ, প্ৰাকৃতিক উপাদানৰ সংশ্লেষণ, নতুন সংশ্লেষণ পদ্ধতিৰ বিকাশ
কাৰিকৰী বিষয়া
শ্ৰী মতী নিংথওজাম আবেম দেৱীএম এছচি, এম ফিল ( জীৱ বিদ্য়া )
কাৰিকৰী বিষয়া
আই ডি নং-১১৩৫
ইমেইল- nabem@neist.res.in, abem.ningthou@gmail.com
ফোন/ ফ্য়েক্স- +৯১ ০৩৮৫-২৪১৪৪৮১, মোবাইল-৯৬১২৫৩৪০৩২
অভিজ্ঞ ক্ষেত্ৰসমূহ- অৰ্থনৈতিক উদ্ভিদৰ কীট পতংগৰ ব্য়ৱস্থাপনা
শ্ৰী সোমানন্দ থ’কচ্চমএম এছচি ( জৈৱ প্ৰযুক্তি )
কাৰিকৰী বিষয়া
আই ডি নং-১১৪৪
somananda@neist.res.in, som123456thoc@gmail.com
ফোন/ ফ্য়েক্স- +৯১ ০৩৮৫-২৪১৪৪৮১, মোবাইল-৯৮৫৬৭৬৫২৮৬
অভিজ্ঞ ক্ষেত্ৰসমূহ- উদ্ভিদৰ জৈৱ প্ৰযুক্তি
সহায়কাৰী কৰ্মকৰ্তা
শ্ৰী চিংছিয়ানিয়াং বোৱানচিংকাৰিকৰী কৰ্মকৰ্তা
আই ডি নং-১১৭২
শ্ৰী ৰাম বাহাদুৰ থাপাগৱেষণাগাৰ সহায়ক
আই ডি নং- ১২১৮
শ্ৰী চাপাম বিনোধৰ চিংড্ৰাইভাৰ
আই ডি নং- ১০৬৮











