শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |
নেইষ্টৰ চিকিৎসালয় খন হৈছে এখন সৰু নিখুঁতভাৱে সুসজ্জিত চিকিৎসা সেৱা কেন্দ্ৰ। ইয়াত প্ৰাথমিক চিকিৎসা সেৱাৰ বাবে প্ৰয়োজনীয় সকলো মৌলিক সুবিধা উপলব্ধ। গুৰুতৰ ভাৱে চিকিৎসাধীন ৰোগীৰ বাবেও কেন্দ্ৰটি সুসজ্জিত। এই প্ৰাণৱন্ত স্বাস্থ্য় সেৱা কেন্দ্ৰৰ মূল উদ্দেশ্য় সমূহ হৈছে –
ক ) জনসাধাৰণক এটি ইতিবাচক স্বাস্থ্য় সেৱা প্ৰদান কৰা।
খ ) স্বাস্থ্য় সেৱা প্ৰচাৰৰ যোগেদি অসুস্থতা ৰোধ কৰা।
গ ) ৰোগ আৰু মৃত্য়ুৰ হাৰ ৰোধ কৰি জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত কৰা।
ঘ ) চিকিৎসাৰ ক্ষেত্ৰত শ্ৰেষ্ঠত্ব অৰ্জন কৰা আৰু স্বাস্থ্য়জনিত জ্ঞানৰ সজাগতাৰ জৰিয়তে স্বাস্থ্য়ৰ উন্নতি সাধন কৰা।
প্ৰধান কাৰ্যসমূহ
- ৰাষ্ট্ৰীয় টীকাকৰণ কাৰ্যসূচীৰ মাধ্য়মেৰে শিশু আৰু গৰ্ভৱতী মহিলাৰ টীকাকৰণ কৰা।
- সকলো সময়তে জৰুৰী স্বাস্থ্য় সেৱা প্ৰদান কৰা।
- প্ৰতিষ্ঠানৰ কৰ্মী, পেঞ্চনাৰ আৰু তেঁওলোকৰ পৰিয়ালবৰ্গক প্ৰতিৰোধমূলক আৰু নিৰাময়মূলক স্বাস্থ্য় সেৱা প্ৰদান কৰা।
- দীৰ্ঘস্থায়ী ৰোগসমূহৰ ভালদৰে নিৰিক্ষণ কৰা।
- থাইৰয়ড হ’ৰমন, লিভাৰ জনিত সমস্য়া, বৃক্ক জনিত সমস্য়া, হৃদৰোগ আদিৰ পেথ’লজিকেল আৰু জৈৱ-ৰাসায়নিক তদন্ত চলোৱা। তাৰোপৰি সময়ে সময়ে ইলেক্ট্ৰ’কাৰ্ডীয়গ্ৰাম আৰু স্পাইৰ’মেট্ৰী সঞ্চালিত কৰা।
- নিয়ম অনুসৰি জৈৱ-চিকিৎসা সম্পৰ্কিত বৰ্জনীয় সামগ্ৰীৰ নিষ্পত্তিকৰণ কৰা।
- স্বাস্থ্য় সেৱা কেন্দ্ৰটি সুকলমে পৰিচালনা কৰিবৰ নিমিত্তে ৰোগীসকলৰ প্ৰয়োজনীয় আৰু সঠিক তথ্য় নিৰ্ধাৰণ, সংগ্ৰহ আৰু বিশ্লেষণ কৰা।
- ৰোগৰ নিৰ্ধাৰণ আৰু পৰ্যবেক্ষণৰ বাবে স্ক্ৰীনিং কাৰ্যসমূহ পৰিচালনা কৰা।
- গৱেষণাগাৰত প্ৰযুক্তি / প্ৰক্ৰিয়া / প্ৰডাক্টৰ বিকাশ আৰু পেট্য়েন্ট ফাইল কৰাৰ ক্ষেত্ৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ সক্ৰিয় অংশগ্ৰহণ।
বিভাগীয় মূৰব্বী আৰু চিকিৎসা বিষয়া
ড০ থানেশ্বৰ বৰা
এম. ডি.
প্ৰধান প্ৰযুক্তি বিষয়া
আই ডি নং- ৮৫৩
ইমেইল- borat@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান
এম. ডি.
প্ৰধান প্ৰযুক্তি বিষয়া
আই ডি নং- ৮৫৩
ইমেইল- borat@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান
চিকিৎসা বিষয়া
ড০ অন্তৰা শৰ্ম্মা
এম বি বি এছ
জ্য়েষ্ঠ প্ৰযুক্তি বিষয়া ( ১ )
আই ডি নং- ১২৯১
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান
এম বি বি এছ
জ্য়েষ্ঠ প্ৰযুক্তি বিষয়া ( ১ )
আই ডি নং- ১২৯১
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪২/ ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
আগ্ৰহী ক্ষেত্ৰসমূহ- চিকিৎসা বিজ্ঞান
প্ৰযুক্তি বিষয়া
কাৰিকৰী বিভাগ
শ্ৰী মিনু প্ৰভা পেগু
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৬০৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৬০৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী শুচেন চন্দ্ৰ দাস
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৮৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
বি এছ চি
জ্য়েষ্ঠ কাৰিকৰী বিষয়া
আই ডি নং- ৮৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী মতী ৰিংকি কালৱাৰ
বি এছ চি
কাৰিকৰী বিষয়া ( ২ )
আই ডি নং- ১০৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
বি এছ চি
কাৰিকৰী বিষয়া ( ২ )
আই ডি নং- ১০৭৭
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
ড০ দিব্য়জ্য়োতি ওজা
পি এইছ ডি
কাৰিকৰী বিষয়া ( ১ )
আই ডি নং- ১১৩৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
পি এইছ ডি
কাৰিকৰী বিষয়া ( ১ )
আই ডি নং- ১১৩৩
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
শ্ৰী ৰবীন বৰুৱা
এইছ এছ এছ এল চি
গৱেষণাগাৰ সহায়ক
আই ডি নং- ১০২১
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১
এইছ এছ এছ এল চি
গৱেষণাগাৰ সহায়ক
আই ডি নং- ১০২১
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn-২৪৪৩
ফেক্স- +৯১ ০৩৭৬ ২৩৭০১২১