| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
দৃষ্টি
সকলো ধৰণৰ মৌলিক আৰু ভৌতিক গৱেষণা সমূহৰ ক্ষেত্ৰত তথ্য় বিজ্ঞানে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। উচ্চ মানদণ্ডৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়াৰ সহায়ত প্ৰচুৰ প্ৰাকৃতিক সম্পদ, জীৱ – বৈচিত্ৰ, ভূ – বৈচিত্ৰ ইত্য়াদি ব্য়ৱহাৰ কৰি উত্তৰ – পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ উন্নয়ণেই হৈছে প্ৰতিষ্ঠানটোৰ প্ৰধান লক্ষ্য়। চি এছ আই আৰ – নেইষ্টে সামাজিক উন্নয়ণৰ বাবে গুৰুত্বপূৰ্ণ তথ্য়ৰ সংগ্ৰহ, সঞ্চয় তথা ডিজিটাইজেশ্য়ন কৰি যন্ত্ৰৰ শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগেৰে এই সমূহৰ বিশ্লেষণৰ পথ হাতত লৈছে।
আধিদেশ
এই বিভাগৰ আধিদেশ অনুসৰি ইয়াৰ কাৰ্য্য় হৈছে গণনা আৰু তথ্য় বিজ্ঞানৰ বিস্তাৰৰ বাবে প্ৰাথমিক আৰু ব্য়ৱহাৰিক গৱেষণাত গুৰুত্ব দিয়া। এই বিভাগে গৱেষণা আৰু উন্নয়ণৰ আন আন বিভাগ সমূহ যেনে ভূ- বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিজ্ঞান ইত্য়াদিক সমসাময়িক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া সমূহ ব্য়ৱহাৰ কৰি ডাঙৰ ডাঙৰ তথ্য় সমূহ বিশ্লেষণৰ সুবিধা প্ৰদান কৰিব। তাৰোপৰি ইয়াত তথ্য়ৰ সংগ্ৰহ, সঞ্চয় তথা ডিজিটাইজেশ্য়নৰ দ্বাৰা যন্ত্ৰৰ শিক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হ’ব।
উদ্দেশ্য় সমূহ :
- বদ হজম, ফেটি ( Fatty ) লিভাৰ, এইছ আই ভি আদি নিৰ্দ্দিষ্ট ৰোগ সম্বন্ধীয় তথ্য়ৰ বাবে এটা ৱেব পৰটেল ( web portal ) তৈয়াৰ কৰা।
- কেম’ইনফৰমেটিক্ছ ( Chemo informatics ) আৰু এটা যৌগিক সংগ্ৰহালয়ৰ বিকাশ কৰা, য’ত জনসাধাৰণৰ কাৰ্যক্ষেত্ৰৰ পৰা সংগ্ৰহিত সকলো যৌগ উপলব্ধ হয়।
- চিকিৎসক আৰু স্বাস্থ্য় সেৱা বিশেষজ্ঞৰ লগত যোগাযোগৰ সুবিধা স্থাপন কৰা আৰু DISHA (development of informatics for societal health advancement) অৰ্থাৎ সামাজিক স্বাস্থ্য় উন্নয়নৰ হেতু তথ্য় বিজ্ঞানৰ বিকাশ প্ৰকল্পৰ সূচনা কৰা।
- ৰাসায়ন সম্বন্ধীয়, জীৱ সম্বন্ধীয়, ঔষধ সম্বন্ধীয়, ভূ- তাত্বিক সম্বন্ধীয়, উদ্ভিদ সম্বন্ধীয় তথ্য়ৰ বিশ্লেষণৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তিগত যন্ত্ৰৰ ব্য়ৱহাৰ কৰা।
- কৃত্ৰিম বুদ্ধিমত্তা, প্ৰযুক্তিগত যন্ত্ৰৰ সহায়ত ইন্টাৰনেট ভিত্তিত তথ্য়ৰ প্ৰকাশ কৰা।
- ভাৰতৰ উত্তৰ- পূৰ্বাঞ্চলত পোৱা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ তথ্য় সংগ্ৰহ কৰা, ডিজিটাইজেশ্য়ন কৰা আৰু সেই সমূহ সঞ্চয় কৰা।
- “কম্পিউটাৰৰ সহায়ত ঔষধৰ উদ্ভাৱন” পদ্ধতি ব্য়ৱহাৰ কৰি সম্ভাব্য় ৰোগ সংশোধন মাধ্য়মৰ বিকাশ কৰা।
- সংৰক্ষণাত্মক জীৱ তথ্য় বিজ্ঞানৰ ব্য়ৱহাৰ কৰি ফাৰ্মাক’ফৰ আৰু ঔষধ ইন্টাৰেকশ্য়ন মডেলৰ উদ্ভাৱন কৰা।
- যন্ত্ৰৰ উদ্ভাৱনৰ বাবে নতুন নতুন উপাদানৰ উন্নীতকৰণ।
- উত্তৰ- পূৱ হিমালয় আৰু ইন্দো- বাৰ্মিজৰ তলৰ লিথ’স্ফেৰিক বিকৃতিৰ বিষয়ে বুজ লবলৈ নতুন ভূ- গতিসংক্ৰান্ত আদৰ্শৰ বিকাশ কৰা।
- ছিলংৰ উচ্চ স্থানসমূহত ( মালভূমি ) জটিল লিথ’স্ফেৰিক আৰু এস্থেন’স্ফেৰিকৰ সামঞ্জস্য়ৰ বুজ লোৱা আৰু ইয়াৰ স্থাপত্য় শিল্পৰ বুজ লোৱা।
ড০ জি নৰহৰি শাস্ত্ৰী পি এইছডি (থিঅৰিটিকেল তথা কম্পুউটেছনেল কেমিষ্ট্ৰি)
সঞ্চালক
ID. নম্বৰ. ১২৯০
director@neist.res.in
ফেক্স :০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : আম্ত:বিভাগীয় কম্পুউটেছনেল কেমিষ্ট্ৰি তথা কম্পুউটেছনেল জীৱবিজ্ঞান, ঔষধ ডিজাইনত আণৱিক মডেলিং প্ৰযুক্তিৰ প্ৰয়োগ
শ্ৰী ক্ষীৰোদ বুঢ়াগোহাই এম টেক্ (ইলেক্ট্ৰনিকছ)
জ্যেষ্ঠ বিজ্ঞানী
ID. নম্বৰ. ১০৫৭
khrd@neist.res.in, khrd@rediffmail.com
ফোন : +৯১ ০৩৭৬-২৩৭০০১৪/ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : নেটৱাৰ্ক এডমিনিছট্ৰেচন , চিষ্টেম এডমিনিছট্ৰেচন
শ্ৰী দেবব্ৰত দাস এমচিএ, এমবিএ
জ্যেষ্ঠ বিজ্ঞানী
ID. নম্বৰ : 1120
debabrata@neist.res.in
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : আৰ/পাইথনত এআই/এমএল ল’গাৰিথিমৰ ব্যৱহাৰ, ছফ্টৱেৰ বিকাশ
ড০ সুপ্ৰিয়া সাহা পি এইছডি (থিঅৰিটিকেল তথা কম্পুউটেছনেল কেমিষ্ট্ৰি)
বিজ্ঞানী
ID. নম্বৰ : ১২৮৩
supriya.saha@neist.res.in, supriyasaha86@gmail.com
ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : কম্পুউটেছনেল কেমিষ্ট্ৰি, নেনদ্ৰৱ্যৰ ইলেক্ট্ৰনিক গাঁথনি, কাৰ্বন নেন’টিউব, কেটেলাইছিছ
ড০ ছেলভ’ৰমন নাগামনিপি এইছ ডি
বৈজ্ঞানিক
আই ডি নং- ১২৯৩
ইমেইল : nagamani@neist.res.in
আগ্ৰহী ক্ষেত্ৰ সমূহ- ছফটৱেৰ বিকাশ, যন্ত্ৰ শিক্ষা, নেটৱৰ্ক ফাৰ্মাক’লজী
গৱেষণাৰ বিষয়: নিৰ্দ্দিষ্ট ৰোগ সম্বন্ধীয় ৱেব পৰ্টেলৰ বিকাশ, কেম’ইনফৰমেটিকছ আৰু জীৱ বিজ্ঞান সম্বন্ধীয় তথ্য়ত যন্ত্ৰ শিক্ষাৰ প্ৰয়োগ
ড০ হৃদয় জ্য়োতি মহন্তপি এইছ ডি
বৈজ্ঞানিক
আই ডি নং- ১২৯৮
ইমেইল : hridoy@neist.res.in
আগ্ৰহী ক্ষেত্ৰ সমূহ- ছফটৱেৰ বিকাশ, যন্ত্ৰ শিক্ষা, নেটৱৰ্ক ফাৰ্মাক’লজী
গৱেষণাৰ বিষয়: নিৰ্দ্দিষ্ট ৰোগ সম্বন্ধীয় ৱেব পৰ্টেলৰ বিকাশ, কেম’ইনফৰমেটিকছ আৰু জীৱ বিজ্ঞান সম্বন্ধীয় তথ্য়ত যন্ত্ৰ শিক্ষাৰ প্ৰয়োগ
শ্ৰী ধীমান ভট্টাচাৰ্য্য বি ই (তথ্য প্ৰযুক্তি) এম টেক্ (ছফ্টৱেৰ চিষ্টেম)
কাৰিকৰী বিষয়া
ID. নম্বৰ : ১১৬৫
dhiman@neist.res.in
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
Areas of interest: অভিজ্ঞ ক্ষেত্ৰসমূহ : ছফ্টৱেৰ বিকাশ আৰু চিষ্টেম এডমিনিছট্ৰেচন
ড০ হিমাক্ষী শৰ্ম্মাপি এইছ ডি, তেজপুৰ বিশ্ববিদ্য়ালয়
পষ্ট ডক্টৰেল ফেল’
যোগাযোগ : +91 60032 07602 / 8011114543
ইমেইল :hima91sarma@gmail.com
আগ্ৰহী ক্ষেত্ৰ সমূহ- যন্ত্ৰ শিক্ষা, গণনীয় জীৱ বিজ্ঞান আৰু জৈৱ তথ্য় বিজ্ঞানৰ ব্য়ৱহাৰ কৰি গেলেস্কী ভিত্তিক কৰ্কট ৰোগৰ ৱেব পৰ্টেলৰ বিকাশ
গৱেষণাৰ বিষয়: যন্ত্ৰ শিক্ষা আৰু জীৱ বিজ্ঞান সম্বন্ধীয় তথ্য় ব্য়ৱহাৰ কৰি কৰ্কট ৰোগৰ বৃদ্ধিৰ বুজ লোৱা
শ্ৰী ইষ্ঠাৰ জামীৰএম. এছ. চি.- জৈৱ প্ৰযুক্তি
কনিষ্ঠ গৱেষক
যোগাযোগ :7576894618
ইমেইল :essjmr@gmail.com
আগ্ৰহী ক্ষেত্ৰ সমূহ- কম্পিউটাৰৰ সহায়ত ঔষধৰ উদ্ভাৱন, নেটৱৰ্ক ফাৰ্মাক’লজী, ডাটাবেছৰ বিকাশ, আণৱিক জীৱবিজ্ঞান
গৱেষণাৰ বিষয়: সংক্ৰামক ৰোগৰ চিকিৎসাৰ বাবে ভেষজ ঔষধৰ সন্ধান
শ্ৰী ভাৰ্গৱ কুমাৰএম. এছ. চি.- জৈৱ ৰসায়ন
ডি এছ টি ইনস্পায়াৰ ফেল’
যোগাযোগ :8977586923
ইমেইল: bhargavkumar1804@gmail.com
আগ্ৰহী ক্ষেত্ৰ সমূহ- গণনীয় ৰসায়ন বিজ্ঞান, কেম’ইনফৰমেটিকছ আৰু তথ্য় চালিত পদ্ধতি
গৱেষণাৰ বিষয়: কোৱান্টাম মেকানিক্চ আৰু তথ্য় চালিত পদ্ধতিৰে প্ৰকৃতিত সংঘটিত হোৱা ন’ন ক’ভেলেন্ট ( non-covalent ) বিক্ৰিয়া সমূহৰ প্ৰকৃতিৰ বুজ লোৱা
শ্ৰী প্ৰসাদ হাজৰিকা বিএছচি
জ্যেষ্ঠ টেকনিচিয়ান (২)
ID. নম্বৰ : ৪৬৫
prasad@neist.res.in
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, Extn ২৩৪১ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
শ্ৰী জগন্নাথ শইকীয়া ডিপ্লমা (ইঞ্জিনিয়াৰিং)
টেকনিচিয়ান (১)
ID. নম্বৰ : ১১৫২
jaganathsaikia@gmail.com,jaganath@neist.res.in
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, Extn ২৪৪৬, ০৩৭৬-২৩৭০০১৪ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : তথ্য আৰু যোগাযোগ প্ৰযুক্তি
শ্ৰী জগত বৰা টেকনিচিয়ান (১)
ID. নম্বৰ : ১০৯৪
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, Extn ২৩৪১ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
শ্ৰী চন্দন বৰুৱা টেকনিচিয়ান (১)
ID. নম্বৰ : ১১৫৫
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, Extn ২৩৪১ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১
শ্ৰী আনন্দ শইকীয়া টেকনিচিয়ান (১)
ID. নম্বৰ : ১১১৭
ফোন : +৯১ ০৩৭৬-২৩৭০১২১, Extn ২৩৪১ ফেক্স : +৯১ ০৩৭৬-২৩৭০০১১











