| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
চি এছ আই আৰ-নেইষ্টৰ ৰসায়ন বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনৰ প্ৰায়োগিক জৈৱ ৰসায়ন গ্ৰুপ হৈছে মৌলিক জৈৱ ৰসায়নৰ প্ৰায়োগিক দিশৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ গৱেষণা সমূহৰ কেন্দ্ৰস্থলী। বিগত বৰ্ষ সমূহত এই গ্ৰুপটো প্ৰধানকৈ ঔষধ তৈয়াৰীকৰণৰ হেতু প্ৰয়োজনীয় মধ্য়স্থতাকাৰী প্ৰক্ৰিয়াৰ বিকাশৰ বাবে বায়’এক্টিভ অণুৰ ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে আৰু ইয়াত নতুন আণৱিক পদাৰ্থৰ সংশ্লেষণ কৰি থকা হৈছে। প্ৰধানকৈ প্ৰাকৃতিক উপাদানৰ পৰা প্ৰাপ্ত জনাজাত ঔষধীয় অণু আৰু বায়’এক্টিভ অণুৰ ওপৰত ভিত্তি কৰি এই নতুন আণৱিক পদাৰ্থৰ সংশ্লেষণ সমূহ চলোৱা হৈছে। ঔদ্য়োগিকভাৱে গুৰুত্বপূৰ্ণ বিশেষ ৰসায়নৰ কাৰণে প্ৰয়োজনীয় পুনঃ ব্য়ৱহাৰযোগ্য় অনুঘটকৰ বিকাশৰ বাবে প্ৰায়োগিক জৈৱ ৰসায়ন গ্ৰুপে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। তাৰোপৰি এই গ্ৰুপটো নেন’পৰাছ বায়’পলিমাৰ / চেলুল’জ টেমপ্লেটত সন্নিহিত স্থিতিশীল ধাতৱ নেন’পাৰ্টিকলৰ জৈৱ সংশ্লেষণৰ সৈতেও জড়িত।
ড০ অৰ্চনা মণি দাস এমফিল, পিএইছডি (জৈৱ ৰসায়ন)
প্ৰধান বিজ্ঞানী
ID নম্বৰ : ১০৫১
archanamoni@neist.res.in, amd_das2001@yahoo.co.in
ফোন : +৯১ ০৩৭৬ ২৩৭০১২১, extn. ২৩৬৪,ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : জৈৱ ৰসায়ন
ড০ সঞ্জীৱ গগৈ পিএইছডি
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১৮১
sanjibgogoi@neist.res.in
ফোন :ext. ২৩৬৯ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : চিন্থেটিক জৈৱ ৰসায়ন
Dr. Pranjal GogoiPh D (Organic chemistry)
Sr Scientist
ID. No. 1179
pranjalgogoi@neist.res.in
Ph : ext. 2369 Fax:0376-2370011
Area’s of Interest : Medicinal Chemistry
ড০ পল্লৱ পাহাৰী পিএইছডি (জৈৱ ৰসায়ন)
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১৮৫
pallab@neist.res.in
ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : জৈৱিক সংশ্লেষণ, অনুঘটকীয় সংশ্লেষণ, জৈৱ সংশ্লেষণ
ড০ ৰাম অৱতাৰ মৌৰ্য্য পিএইছডি
বিজ্ঞানী
ID নম্বৰ : ১২৫২
ram.cdri@gmail.com, rammaurya@neist.res.in
ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : ঔষধীয় ৰসায়ন, সংশ্লেষিত জৈৱিক ৰসায়ন, ফটোকেমিষ্ট্ৰী, Flow Microreactor Chemistry
ড০ অৰূপ ৰয় পিএইছডি
বিজ্ঞানী
ID নম্বৰ : ১২৬৮
arup.csir@gmail.com, aroy@neist.res.in
ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : Foldamer, Molecular self-assembly, ঔষধীয় ৰসায়ন, সংশ্লেষিত জৈৱিক ৰসায়ন
শ্ৰী গৌৰৱ কুমাৰ ৰস্তোগী এমএছচি
কাৰিকৰী সহায়ক
ID নম্বৰ : ১২৪২











