
শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |

গবেষণা আৰু বিকাশৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ গ্ৰাহকক প্ৰদান কৰিবলগীয়া ৰাসায়নিক, জৈৱিক আৰু সম্বন্ধীয় বিজ্ঞানত বৃত্তিগত পৰামৰ্শ আৰু অনুবন্ধ সেৱাত উৎকৃষ্টতা আৰু শ্রেষ্ঠতা লাভৰ কৰিবলৈ অংগীকাৰৱদ্ধ ।

"সবলীকৰণৰ বাবে জ্ঞান, বিশেষভাবে উত্তৰ-পূৰ্ৱাঞ্চলৰ বাবে,বিজ্ঞান আৰু প্রযুক্তি মাধ্যমেৰে"


"উত্তৰ-পূৰ্ৱাঞ্চলৰ অপাৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰ আৰু গৱেষণাৰ জড়িয়তে ভাৰতৰ বিশেষকৈ উত্তৰ-পূৰ্ৱাঞ্চলৰ অৰ্থনীতিৰ বিকাশ ঘটোৱা "

"ভাৰতৰ উত্তৰ-পূৰ্ৱাঞ্চলত উপলব্ধ প্রাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ বাবে জ্ঞান আৰু প্রযুক্তিৰ উদ্ভাৱন, বিকাশৰ জড়িয়তে গ্রামাঞ্চল জীৱনৰ নাম উন্নত কৰা । "