| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
পৰিচয় :
বিত্ত আৰু লেখা বিভাগে প্ৰতিষ্ঠানটোৰ বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু প্ৰশাসনিক ক্ষেত্ৰত ব্য়ৱহাৰ হোৱা আৰ্থিক প্ৰয়োজনীয়তা পূৰণ কৰাৰ মাধ্য়ম হিচাপে কাম কৰে। প্ৰতিষ্ঠানটোৰ বৃত্তিয় কাম- কাজ সমূহ সঞ্চালকৰ হৈ এই বিভাগে চোৱা চিতা কৰে। চিএছআইআৰৰ মুখ্য় কাৰ্যালয়ৰ পৰা প্ৰাপ্ত অনুদানৰ উপযুক্ত ব্য়ৱহাৰ আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক ইয়াৰ সঠিক ব্য়ৱহাৰৰ বাবে প্ৰয়োজন সাপেক্ষে দিহা পৰামৰ্শ প্ৰদান কৰে। এই চিএছআইআৰৰ অনুদানৰ বাহিৰেও প্ৰতিষ্ঠানটোৱে আগবঢ়োৱা বিভিন্ন প্ৰযুক্তিগত সেৱা তথা অন্য়ান্য় সংস্থাৰ দ্বাৰা অনুদিত প্ৰকল্প সমূহো প্ৰতিষ্ঠানটোৰ আয়ৰ এক মূখ্য় উৎস।
এই বিভাগৰ দ্বাৰা পৰিচালিত কাৰ্যসমূহ হৈছে-
কাৰ্য আৰু দায়িত্বসমূহ :
- বাজেটৰ গণনা সমূহ তৈয়াৰ কৰা আৰু ইয়াৰ সংকলন কৰা, গণনাৰ সংশোধন কৰা আৰু ইয়াৰ কিছুমান সম্পূৰকৰ অনোমুদন জনোৱা।
- সংশ্লিষ্ট কৰ্তৃপক্ষৰ যথাযথ অনুমোদনৰ সৈতে চি.এছ.আই.আৰ. অনুদান, বাহ্যিক ভাৱে অনুদানপ্ৰাপ্ত প্ৰকল্প আৰু প্ৰতিষ্ঠানৰ গৱেষণাগাৰ ৰিজাৰ্ভ ৰূপত প্ৰাপ্ত বিত্তীয় সম্পদৰ ব্যৱস্থাপনা।
- ভাৰত চৰকাৰৰ অৰ্থনীতিৰ নিৰ্দেশনাবোৰ নিষ্ঠাসহকাৰে অনুসৰণ কৰা আৰু প্ৰয়োজনীয় বাজেট নিয়ন্ত্ৰণ প্ৰয়োগ কৰাটো নিশ্চিত কৰা।
- সকলো সৰৱৰাহকাৰী / ঠিকাদাৰ / পৰিসেৱা প্ৰদানকাৰীক তেঁওলোকৰ সেৱাৰ বাবে পৰিশোধ মুকলি কৰা।
- সকলো কৰ্মচাৰীক তেওঁলোকৰ ব্যক্তিগত দাবী আৰু অধিকাৰিক অনুদান পৰিশোধ কৰা।
- দলিল আৰু একাউণ্ট পঞ্জীৰ তত্বাৱধান।
- বেংকত জমা কৰিব লগা, বেংকৰ পৰা পাব লগা, বেংকৰ নথি পত্ৰ, এনইএফটি, আৰটিজিএছ আদি সম্বন্ধীয় দপ্তৰিক কাৰ্যসমূহ চোৱা চিতা কৰা।
- বেতন নিৰ্ধাৰণ আৰু অন্য়ান্য় আৰ্থিক বিষয় সমূহত বৃত্তীয় সন্মতি প্ৰদান কৰা।
- প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা, ব্য়ক্তিগত খণ্ড আৰু অন্য়ান্য় সংস্থান সমূহক প্ৰদান কৰা ঋণ আদিৰ চোৱা চিতা কৰা।
- পেঞ্চনৰ নিশ্চয়তাকৰণ, পেঞ্চন পৰিশোধৰ আদেশ জাৰী কৰা, পাৰিবাৰিক পেঞ্চন, অৱসৰ প্ৰাপ্ত পেঞ্চন, অৱসৰ প্ৰাপ্ত গ্ৰেচুইটি, মৃত্য়ু গ্ৰেচুইটি, কমিউটোশ্য়ন ইত্য়াদি।
- আভ্য়ন্তৰীণ আৰু বাহ্য়িক নিৰীক্ষণৰ লগত সম্পৰ্কিত কাৰ্যসমূহ চোৱা চিতা কৰি সেই সমূহৰ বিষয়ে নিৰ্ণেয় কৰ্তৃপক্ষক অৱগত কৰা।
- বিভিন্ন ধৰণৰ বৃত্তীয় বিবৃতি, মাহেকীয়া একাউন্ট, বাৰ্ষিক একাউন্ট, পুঁজি স্থানান্তৰৰ বিবৃতি, মাহেকীয়া খৰছৰ বিবৃতি ইত্য়াদি তৈয়াৰ কৰা।
- প্ৰয়োজনীয় অনুমোদন পোৱাৰ পাছত পৃষ্ঠপোষকতা কৰা প্ৰকল্পৰ পুঁজি আৰু এলআৰ ৰ পৰা প্ৰাপ্ত পুঁজি বিনিয়োগ কৰা।
বিত্ত আৰু লেখা বিষয়া
শ্ৰী ৰামা শংকৰ শৰ্ম্মাবি.এছচি ( পদাৰ্থ বিজ্ঞান )
বিত্ত আৰু প্ৰশাসনৰ অনুপালন বিষয়া
আই ডি নং- ১২২২
ইমেইল- rssharma@neist.res.in , csir.neist13@gmail.com
ফোন- ৯১ ০৩৭৬ ২৩৭০০৮৫, extn- ২৩২০, ২৩৭২৬০৯, extn- ২২১৯
শাখা বিষয়া
শ্ৰী বি মাহৰিলি ওচানাহশাখা বিষয়া
আই ডি নং- ১১৬৮
শ্ৰী প্ৰবীন কুমাৰ ফুকনসহকাৰী শাখা বিষয়া
আই ডি নং- ১১৬৮
Assistants
শ্ৰী খিৰোড ফুকনসহায়ক গ্ৰেড ২
আই ডি নং- ১০৮৫
শ্ৰী প্ৰাঞ্জল শৰ্ম্মাজ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৪৮
শ্ৰী মতী ৰিংকু বৰাজ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৪৯
শ্ৰী উদয় কান্ত ত্ৰিবেদীজ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৫৬
সহায়ক কৰ্মচাৰী
শ্ৰী লোকনাথ বৰুৱালেব এটেণ্ডেন্ট (২)
আই ডি নং- ১২১০











