
শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |

পৰিকল্পনা আৰু প্ৰকল্প পৰ্যবেক্ষন বিভাগে প্ৰধানকৈ প্ৰতিষ্ঠানৰ বাহিৰে আন সংস্থাৰ পৰা আৰ্থিক সম্বল প্ৰাপ্ত প্ৰকল্প সমূহৰ ব্য়ৱস্থাপনা কৰে। গৱেষণা আৰু উন্নয়ণৰ বাবে সহযোগিতা প্ৰাপ্ত, সহায়কাৰী অনুদান প্ৰাপ্ত প্ৰকল্প সমূহ আৰু উপদেষ্টামূলক প্ৰকল্প সমূহৰ চুক্তি এই বিভাগে কাৰ্যকৰী কৰে যাৰ আৰ্থিক সম্বল আন বাহ্য়িক প্ৰতিষ্ঠানৰ পৰা পোৱা যায়। পৰিকল্পনা আৰু প্ৰকল্প পৰ্যবেক্ষন বিভাগে হৈছে বাহ্য়িক প্ৰতিষ্ঠানৰ পৰা আৰ্থিক সম্বল প্ৰাপ্ত প্ৰকল্প সমূহৰ সঠিক তথ্য় ব্য়ৱস্থাপনা পৰিষদ আৰু বৈজ্ঞানিক সকললৈ প্ৰেৰণ কৰা প্ৰধান কেন্দ্ৰ।
এই বিভাগে বাহ্য়িক প্ৰতিষ্ঠানৰ পৰা আৰ্থিক সম্বল প্ৰাপ্ত প্ৰকল্প সমূহৰ সকলো ধৰণৰ তথ্য় যেনে ব্য়য়, বাজেট ইত্য়াদিৰ হিচাপ ৰাখে আৰু পৰিকল্পনা আৰু প্ৰকল্প পৰ্যবেক্ষনৰ পৰ্টেলত সন্নিৱিষ্ট কৰি ৰাখে যাতে প্ৰকল্প পৰিদৰ্শক আৰু ব্য়ৱস্থাপনা পৰিষদে সঠিক ব্য়ৱস্থাপনাৰ বাবে এই তথ্য় যিকোনো সময়তে ল’ব পাৰে।
পৰিকল্পনা আৰু প্ৰকল্প পৰ্যবেক্ষন বিভাগে বিভিন্ন গৱেষণাগাৰ সমূহৰ মাহেকীয়া কৰৰ তথ্য়ও নিৰিক্ষণ কৰে।
পৰিকল্পনা আৰু প্ৰকল্প পৰ্যবেক্ষন বিভাগে প্ৰতিষ্ঠানটোৰ সকলো কম্পিউটাৰ আৰু ইয়াৰ সৈতে জড়িত সামগ্ৰী সমূহৰ বাৰ্ষিক প্ৰতিপালন চুক্তিৰ তদাৰক তথা পৰিচালনা কৰে।
বিভাগীয় মূৰব্বী

পি এইছডি (লাইফ ছায়েঞ্চ)
প্ৰধান বিজ্ঞানী
ID. নম্বৰ : ১১১০
jatinkalita@neist.res.in, kalitajk@yahoo.com
ফোন : +৯১ ০৩৭৬ ২৩৭০১২১, extn২২৭০ ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : প’ষ্ট হাৰভেষ্ট জৈৱ প্ৰযুক্তি, আণৱিক জীৱবিজ্ঞান
বিজ্ঞানীসকল

বি টেক্, জৈৱ প্ৰযুক্তি,স্নাতকোত্তৰ (বৌদ্ধিক সম্পদ আইন)
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১১২
ilix_z@yahoo.co.in, ilika@neist.res.in
ফোন : +৯১ ০৩৭৬ ২৩৭০১৩৯, extn২৩০৬ ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ :বৌদ্ধিক সম্পদ আইন, প্ৰযুক্তি হস্তান্তৰ আৰু বাণিজ্যিক বিকাশ, প্ৰকাশন তথা প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তি, গৱেষণা তথ্য প্ৰৱন্ধন

এমএছচি(জৈৱপ্ৰযুক্তি)
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১০৯
jjmahanta@neist.res.in, mahantajiban_9@yahoo.com, mahantajiban@gmail.com
ফোন : +৯১ ০৩৭৬ ২৩৭২২৯১, ফেক্স : +৯১০৩৭৬-২৩৭০০১১, ২৩৭২২৯১
অভিজ্ঞ ক্ষেত্ৰসমূহ : প্ৰশিক্ষণ আৰু বিকাশ, ঔষধী, সুগন্ধি আৰু মূল্যৱান উদ্ভিদৰ জৈৱিক ক্ৰিয়া-কলাপ,জীৱাণুবিজ্ঞান

পি এইছডি (লাইফ ছায়েঞ্চ)
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১১৪
kalyani@neist.res.in, medhikalyani@gmail.com
ফোন : +৯১ ০৩৭৬ ২৩৭০১১৭, extn. ২২৭২ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : গৱেষণা পৰিকল্পনা তথা প্ৰৱন্ধন, ব্রিডিং আৰু মলিকুলাৰ জেনেটিক্স

এমচিএ, এমবিএ
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১১৬
rajibdeka@neist.res.in, rajibdeka13@gmail.com
ফোন : +৯১ ০৩৭৬ ২৩৭০১২১, extn. ২২৭১ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : প্ৰকল্প পৰ্য্যৱেক্ষণ আৰু মূল্যায়ন

এমচিএ, এমবিএ
জ্যেষ্ঠ বিজ্ঞানী
ID. নম্বৰ : 1120
debabrata@neist.res.in
ফোন : +৯১০৩৭৬-২৩৭০১২১, ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : আৰ/পাইথনত এআই/এমএল ল’গাৰিথিমৰ ব্যৱহাৰ,ছফ্টৱেৰ বিকাশ

এমবিএ (মানৱ সম্পদ)
জ্যেষ্ঠ বিজ্ঞানী
ID নম্বৰ : ১১২১
parthapaul@neist.res.in
ফোন : +৯১ ০৩৭৬ ২৩৭২২৯১, ফেক্স : +৯১০৩৭৬-২৩৭০০১১, ২৩৭২২৯১
অভিজ্ঞ ক্ষেত্ৰসমূহ : মানৱ সম্পদপ্ৰৱন্ধন
প্ৰযুক্তি বিষয়াসকল

বিএছচি (কৃষি)
জ্যেষ্ঠ কাৰিকৰী বিষয়া (১)
ID নম্বৰ : ১০২৪
saikiam@neist.res.in
ফোন : +৯১ ০৩৭৬ ২৩৭০১২১, extn. ২২৭২ফেক্স : +৯১০৩৭৬-২৩৭০০১১
অভিজ্ঞ ক্ষেত্ৰসমূহ : গৱেষণা পৰিকল্পনা আৰু প্ৰৱন্ধন

এমবিএ
কাৰিকৰী সহায়ক
ID নম্বৰ : ১২৪০
rishi@neist.res.in
ফোন : +৯১ ০৩৭৬ ২৩৭০১৩৯, ফেক্স : +৯১০৩৭৬-২৩৭০০১১
সহায়কাৰী কৰ্মকৰ্তাসকল

লেবৰেটৰি এটেন্ডেন্ট (১)
ID নম্বৰ : ১২১৬

লেবৰেটৰি এটেন্ডেন্ট (১)
ID নম্বৰ : ১০৮৯
ফোন : +৯১ ০৩৭৬ ২৩৭২২৯১, ফেক্স : +৯১০৩৭৬-২৩৭০০১১, ২৩৭২২৯১

লেব’ৰেটৰি এটেন্ডেন্ট (১)
ID নম্বৰ : ১২৩৬