| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
বিৱৰণ:
সঞ্চয় আৰু ক্ৰয় বিভাগ হৈছে সঞ্চয় আৰু ক্ৰয় বিষয়াৰ দ্বাৰা নেতৃত্বাধীন এটা অতি পৰিশ্ৰমী কৰ্মীৰ দল যি সকলো ধৰণৰ গৱেষণা আৰু উন্নয়ণ সম্পৰ্কিত কাৰ্য সমূহ আৰু আন আন সহায়কাৰী কৰ্ম সুকলমে পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু সকলো সময়তে প্ৰয়োজনীয় সামগ্ৰী সমূহৰ দায়িত্ব গ্ৰহণ কৰি আহিছে।
পৰিচালিত কাৰ্যসমূহ :
- বিভিন্ন সামগ্ৰী, সা-সঁজুলি, যন্ত্ৰ-পাতি, ৰাসায়নিক দ্ৰৱ্য় আদিৰ ইণ্ডেন্ট প্ৰস্তুত কৰা।
- সা-সঁজুলি, যন্ত্ৰ-পাতি আদিৰ ৰক্ষণাবেক্ষণ তথা চোৱা চিতা কৰাৰ দায়িত্ব পালন কৰা।
- সামগ্ৰী সমূহৰ সঞ্চয় আৰু পৰিচালনা কৰা।
- বৰ্জিত সামগ্ৰীৰ নিষ্পত্তিকৰণ
প্ৰদান কৰা সেৱা সমূহ :
- সময় অনুসৰি বিভিন্ন সেৱা আৰু সামগ্ৰী সমূহৰ উপলব্ধতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা।
- সকলো ধৰণৰ সামগ্ৰী সৰবৰাহৰ বাবে বিক্ৰেতাৰ লগত যোগাযোগ স্থাপন কৰা।
- পৰিবহনকাৰীৰ পৰা আভ্য়ন্তৰীণ উপাদান সমূহ সংগ্ৰহ কৰা।
- অগ্ৰাহ্য় আৰু ক্ষতিগ্ৰস্ত সামগ্ৰী সমূহ পৰিবহনকাৰীক পুনৰ ওভতাই দিয়া।
- নিৰ্দেশিকা অনুসাৰে সামগ্ৰী / উপাদান সমূহ সংগ্ৰহ কৰা আৰু পৰিসেৱা প্ৰদান কৰা।
- বিধি সন্মত কাৰ্য সমূহ সম্পূৰ্ণ কৰা ( লাইচেঞ্চ পুনঃ চালিত কৰা, নাম পঞ্জীয়নভুক্ত কৰা )
- বিক্ৰেতা আৰু মধ্য়স্থতাকাৰীৰ প্ৰশ্ন সমূহৰ উত্তৰ দিয়া।
সঞ্চয় আৰু ক্ৰয় বিষয়া
শ্ৰী নিলম্বুজ সংকৰ প্ৰসাদএম. কম.
সঞ্চয় আৰু ক্ৰয় বিষয়া
আই ডি নং- ১২২৩
ইমেইল – nsprasad@neist.res.in, spo@neist.res.in
ফোন – +৯১ ০৩৭৬ ২৩৭২৭১০ extn– ২২৮৮
অন্য় কৰ্মকৰ্তাসকল
শ্ৰী লখেশ্বৰ দাসক্ৰয় বিভাগ
আই ডি নং- ৬৪২
শ্ৰী প্ৰাঞ্জল প্ৰতীম গগৈজ্য়েষ্ঠ সচিবালয় সহায়ক
আই ডি নং- ১২৫০
শ্ৰী অঞ্জলী হাটীবৰুৱাকাৰিকৰী সহায়ক
আই ডি নং- ১০৭৩
শ্ৰী পুনেশ্বৰ বৰাকাৰিকৰী সহায়ক
আই ডি নং- ১২০৪
শ্ৰী গৌতম কোঁচগ্ৰুপ চি ( এম টি এচ )
আই ডি নং - ১২৮৮











