| শৈক্ষিক কাৰ্য্যক্ৰম |
| গৱেষণাগত সুবিধাসমূহ |
| টেণ্ডাৰ |
| প্ৰাসংগিক লিংকসমূহ |
| আৰটিআই |
| ফটো গেলেৰী |
| ৱেব-মেইল |
| যোগাযোগ আৰু ঠিকনা |
প্ৰতিষ্ঠানৰ সাধাৰণ প্ৰশাসনিক বিভাগটো যৌথ প্ৰশাসনিক আয়োগৰ প্ৰশাসনিক বিষয়াৰ দ্বাৰা পৰিচালিত হয়। তেখেতে সম্পদ বিষয়া হিচাপে কাম কৰে আৰু লগতে সতৰ্কতা বিষয়া হিচাপেও দায়িত্ব পালন কৰি চিএছআইআৰৰ মূখ্য় সতৰ্কতা বিষয়া আৰু এই প্ৰতিষ্ঠানৰ মাজত স্বতন্ত্ৰ সংযোগ বৰ্তাই ৰাখিছে। প্ৰতিষ্ঠানটোৰ হৈ সকলো নথি পত্ৰ গ্ৰহণ আৰু কোনো বাহ্য়িক সংস্থাৰ সৈতে হোৱা চুক্তি আদিত কতৃত্বপ্ৰাপ্ত স্বাক্ষৰকাৰী হ’ল প্ৰতিষ্ঠানটোৰ প্ৰশাসনিক বিষয়া। সাধাৰণ প্ৰশাসনে প্ৰতিষ্ঠানটোৰ বিভিন্ন কাৰ্যকলাপৰ বাবে মেৰুদণ্ড ৰূপে কাম কৰে। বিভাগটো মুখ্যতঃ নিম্নলিখিত শাখাবোৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো শাখাই শাখা বিষয়াৰ নেতৃত্বত পৰিচালিত হয়-
- নিযুক্তি আৰু মূল্যায়ন শাখা: এই বিভাগে প্ৰতিষ্ঠানটোৰ সকলো ধৰণৰ নিযুক্তি আৰু মূল্য়ায়নৰ সম্পূৰ্ণ দায়িত্ব পালন কৰে আৰু এই সমূহ আপ টু ডেট কৰি ৰাখে। এই শাখাটো বৰ্তমান সতৰ্কতা আৰু আইনী কোষৰ সৈতে একত্ৰিত কৰা হৈছে। কোষটোৱে আইনী সমস্যা সম্পৰ্কীয় সকলো কাৰ্যকলাপ সমন্বয় কৰে আৰু চিএছআইআৰৰ মুখ্য সতৰ্কতা বিষয়াৰ লগত সতৰ্কতাৰ বিষয়ত এক স্বতন্ত্ৰ সংযোগ গঠন কৰে।
- স্থাপনা শাখাঃ এই শাখাই নিয়মীয়া কৰ্মচাৰীৰ সকলো সেৱা ৰেকৰ্ড ৰক্ষণাবেক্ষণ কৰাৰ দায়বদ্ধতা গ্ৰহণ কৰে আৰু কৰ্মচাৰী এজনৰ সৈতে জড়িত বিভিন্ন সেৱা বিষয়ৰ অনুৰোধ পৰিচালনা কৰে।
- সাধাৰণ বিভাগঃ এই শাখাটো প্ৰতিষ্ঠানটোৰ চৌহদ আৰু আন্তঃগাঁথনি ব্যৱস্থাপনা সম্পৰ্কীয় সকলো কাৰ্যকলাপৰ বাবে দায়বদ্ধ। শাখাটোৱে তত্বাৱধানৰ কামৰ প্ৰশাসনিক বিষয়বোৰো চোৱাচিতা কৰে আৰু গৃহৰক্ষণকাৰ্য সমূহৰো দায়িত্ব পালন কৰে।
- বিল শাখাঃ বিল শাখাৰ মুৰব্বী হ’ল আহৰণ আৰু সংবিতৰণ বিষয়া আৰু তেঁও সকলো আৰ্থিক লেনদেনৰ দায়িত্ব পালন কৰে। এই শাখাটোৱে প্ৰতিষ্ঠানটোৰ সকলো কৰ্মচাৰীৰ, সকলো বাহ্য়িক পক্ষৰ পৰিশোধ আৰু প্ৰতিষ্ঠানৰ অন্য়ান্য় বিত্তীয় লেনদেন চোৱাচিতা কৰে। কেছিয়াৰে দৈনন্দিন ক্ষুদ্ৰ মূল্যৰ আৰ্থিক পৰিশোধ আৰু ৰচিদৰ চোৱাচিতা কৰে। বাহিৰৰ পৰা প্ৰাপ্ত সকলো পৰিশোধ এই শাখাৰ জৰিয়তে পৰিচালনা কৰি উপযুক্ত বিভাগলৈ প্ৰেৰণ কৰা হয় আৰু কৰ্মচাৰীৰ মাহিলী দৰমহা আৰু এই সমূহৰ বিলও এই শাখাতে প্ৰস্তুত কৰা হয়।
- সুৰক্ষা আৰু অভ্যৰ্থনাঃ এই শাখাটোৱে প্ৰতিষ্ঠানলৈ অহা দৰ্শনাৰ্থীসকলৰ সৈতে সম্পৰ্কিত আৰু যিকোনো জৰুৰী কালীন পৰিস্থিতিৰ ক্ষেত্ৰত প্ৰথম প্ৰতিক্ৰিয়াকাৰী হিচাপে কাম কৰাৰ উপৰিও প্ৰতিষ্ঠানটোৰ সকলো স্থাপনৰ সুৰক্ষা বজাই ৰখা আৰু সংৰক্ষণ কৰাৰ বাবে নিৰাপত্তাৰ দায়বদ্ধতা গ্ৰহণ কৰে।
- পৰিবহণ শাখা- শাখাটোৰ নেতৃত্ব এজন কাৰিকৰী বিষয়াক প্ৰদান কৰা হয় যি প্ৰতিষ্ঠানৰ সকলো বাহনৰ চোৱাচিতা কৰে। প্ৰতিষ্ঠানটোত বিভিন্ন ক্ষেত্ৰত প্ৰয়োজন হোৱা পৰিবহন ব্য়ৱস্থা সমূহ কোনো কৰ্মচাৰী অথবা বাহ্য়িক ভাৱে ভাৰা কৰা বাহনৰ জড়িয়তে এই শাখাই সম্পন্ন কৰে।
প্ৰশাসনিক বিষয়া
শ্ৰী জে এল খংচাইকলা বিভাগৰ স্নাতক
প্ৰশাসনিক বিষয়া
আই ডি নং- ১০২৩
ইমেইল- khongsaijl@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১১৬ ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
Section Officers
শ্ৰী ইশ্বৰ নাথ ঝাএম বি এ
শাখা বিষয়া ( জি )
আই ডি নং-
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn- ২২৩০
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
শ্ৰী ৰাজু কুমাৰসহকাৰী শাখা বিষয়া
আই ডি নং- ১২৬২
ফোন- +৯১ ৩৬০ ২৩৫০২২০
ইমেইল- rajukumar@neist.res.in/raju06012@gmail.com
সঞ্চালকৰ সচিবালয়
শ্ৰী ইলিকা ঝিমোবি টেক- জৈৱ প্ৰযুক্তি, এমআইপিএল
প্ৰধান বিজ্ঞানী
আই ডি নং- ১১১২
ইমেইল- ilix_z@yahoo.co.in, ilika@neist.res.in
ফোন- +৯১ ০৩৭৬ ২৩৭০১৩৯ ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
আগ্ৰহী ক্ষেত্ৰসমূহ- আইপিআৰ, প্ৰযুক্তি হস্তান্তৰ আৰু ব্য়ৱসায় উন্নয়ণ, প্ৰকাশন আৰু প্ৰচাৰ, বিজ্ঞান আৰু প্ৰযুক্তি তথা গৱেষণা আৰু উন্নয়ণৰ তথ্য় ব্য়ৱস্থাপনা
শ্ৰী জীৱন জ্য়োতি মহন্তএম চি এ ( জৈৱ প্ৰযুক্তি )
প্ৰধান বিজ্ঞানী
আই ডি নং- ১১০৯
ইমেইল- jjmahanta@neist.res.in, mahantajiban_9@yahoo.com mahantajiban@gmail.com
মোবাইল- ৭০৮৬০৬৫৩০০
আগ্ৰহী ক্ষেত্ৰসমূহ- প্ৰশিক্ষণ আৰু উন্নয়ণ, ঔষধি, সুগন্ধি আৰু অৰ্থনৈতিক উদ্ভিদৰ জৈৱসক্ৰিয়তা, মাইক্ৰ’বায়’লজী
শ্ৰী সুৰেশ ৰানানন টেক
আই ডি নং- ১২৬৬
শ্ৰী প্ৰদীপ বৰদলৈড্ৰাইভাৰ
আই ডি নং- ১০৬৯
শ্ৰী বিপিন চন্দ্ৰ দত্তলেব এটেণ্ডেন্ট ( ২ )
আই ডি নং- ১২১২
শ্ৰী মন্টু শৰ্ম্মালেব এটেণ্ডেন্ট ( ২ )
আই ডি নং- ১২১৩
এঅ’ শাখা
শ্ৰী হিৰেণ ব্ৰহ্মকনিষ্ঠ ষ্টেন’গ্ৰাফাৰ
আই ডি নং- ১২৬৩
শ্ৰী মতী মিনাক্ষী দাসসহকাৰী গ্ৰেড ৩
আই ডি নং- ১০১৩
ড০ দেৱজিত কুমাৰ শৰ্ম্মাসহকাৰী গ্ৰেড ৩
আই ডি নং- ১০১০
ফোন- +৯১ ০৩৭৬ ২৩৭০১২১ extn- ২৩৩০
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
শ্ৰী প্ৰদীপ হাজৰিকালেব এটেণ্ডেন্ট ( ২ )
আই ডি নং- ১১৯৩
শ্ৰী প্ৰীতম বৰদলৈজ্য়েষ্ঠ দপ্তৰ সহকাৰী
আই ডি নং- ১২৫১
আইএছঅ’ সচিবালয়
শ্ৰী যুতা ৰাধিকা চেত্ৰীআই ডি নং- ১০৮৩
বিল শাখা
শ্ৰী কুঞ্জ বেহাৰী ৰাভাসহকাৰী গ্ৰেড ৩
আই ডি নং- ১০৮৭
শ্ৰী বিপুল চন্দ্ৰ বৰুৱানন টেক
আই ডি নং- ১২০৩
শ্ৰী সুৰেশ ৰানানন টেক
আই ডি নং- ১২৬৬
শ্ৰী মতী মৈবাংখংবাম অনামিকা ছানুগ্ৰুপ চি ( এমটিএছ )
আই ডি নং- ১২৮৯
স্থাপনা শাখা
শ্ৰী যুতা কবিতা শইকীয়ানন টেক
আই ডি নং- ১২৬৭
সাধাৰণ শাখা ( ৱৰ্কছ )
শ্ৰী নৱ কুমাৰ দত্তনন টেক
আই ডি নং- ১০৭১
শ্ৰী ৰাতুল শইকীয়াসহকাৰী গ্ৰেড ৩
আই ডি নং- ১২৩৩
প্ৰেৰণ শাখা
শ্ৰী বিৰেণ বৰঠাকুৰলেব এটেণ্ডেন্ট ( ২ )
আই ডি নং- ১১২৬
শ্ৰী অৰুণ চন্দ্ৰ বৰালেব এটেণ্ডেন্ট ( ২ )
আই ডি নং- ১২০৯
নিযুক্তি শাখা
শ্ৰী অজিত চন্দ্ৰ দত্তসহকাৰী গ্ৰেড ১
আই ডি নং- ৮৬৬
শ্ৰী বিজয় শৰ্ম্মাসহকাৰী গ্ৰেড ৩
আই ডি নং- ১০১১
শ্ৰী কমল বাহাদুৰ পুনNon Tech
ID. No. 1269
ৰাজভাষা শাখা
শ্ৰী অজয় কুমাৰএম এ
হিন্দী বিষয়া
আই ডি নং- ৮৯৭
ফোন- +৯১ ০৩৭৬ ২৩৭০০৮৫ extn- ২২৪৫
ফ্য়েক্স- +৯১ ০৩৭৬ ২৩৭০০১১
অভ্য়থক
শ্ৰী যুতা ৰাধিকা চেত্ৰীঅভ্য়থক
আই ডি নং- ১০৮৩











