Connecting Science and Technology for a brighter tomorrow

Click here to download Active And Mature Technologies of CSIR-NEIST

চিএছআইআৰ-নেইষ্টে স্থাপন কালৰেপৰা কৃষি-প্ৰযুক্তি, প্ৰাকৃতিক দ্ৰৱ্য ৰসায়ন, ঔষধ আৰু ঔষধীয় ইন্টাৰমেডিয়েট, ভিএছকে চিমেন্ট, উদ্ভিদ প্ৰযুক্তি, পেট্ৰ’লিয়াম মাইক্ৰ’বায়’ল’জি আৰু পেট্ৰ’কেমিকেলছ, খাৰুৱা তেল পৰিবহন, পৰিৱেশ অধ্যয়ন, কাগজ পণ্য আৰু প্রাকৃতিক আঁহ, ভূতাত্বিক গৱেষণা, মাটি আৰু বিল্ডিং উপকৰণ, ফাউণ্ডেচন ডিজাইন ইঞ্জিনিয়াৰিং, আদি ক্ষেত্ৰত নৈপুণ্য অৰ্জন কৰিছে । এতিয়ালৈকে গৱেষণাগাৰটোৱে ১১৭ টাতকৈয়ো অধিক প্ৰযুক্তি উদ্বাৱন কৰিছে । তাৰে ৬০ শতাংশ প্ৰযুক্তি বাণিজ্যিকভাবে সফল হৈছে । নেইষ্ট উদ্ভাৱিত এই প্ৰযুক্তিসমূহৰদ্বাৰা কেৱল উত্তৰ-পূৰ্ৱাঞ্চলেই নহয়, দেশৰ বাকী অঞ্চলসমূহো প্ৰচুৰভাৱে উপকৃত হৈছে । এই প্ৰযুক্তিসমূহে কেৱল উৎপাদনশীলতা বঢ়োৱাই নহয়, থলুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰ, কৰ্মসংস্থান সৃষ্টি, কাৰিকৰী দক্ষতা বৃদ্ধিৰ লগতে জীৱনৰ মানো উন্নীত কৰিছে ।

MAJOR PROCESSES/TECHNOLOGIES DEVELOPED


PRODUCTS DEVELOPED


হস্তান্তৰৰ বাবে সাজু প্ৰযুক্তি/প্ৰণালী


  AGRO-PRACTICES/AGRO-TECHNOLOGIES    জৈৱ সাৰ
 
  • চিত্ৰনলা (যোৰ লোব চি-৫)
  • গান্ধবিৰিমা (যোৰ লেব এল -৮,৯,১০)
  • পাচাউলি (যোৰলেব পি-১)
  • কেম্ফেৰিয়া গালাংগা (ব্ৰহ্মপুত্ৰ-১)
  • কাঠফুলা উৎপাদন প্ৰযুক্তি
  • কলা-কৰ্ষণৰ জৰিয়তে বেম্বুছা বেলকূনা প্ৰজাতিৰ বাহৰ পুলি উৎপাদন
 
  • টিপি-১৬ জৈৱ-সাৰ.
  • অপি-১২ জৈৱ-সাৰ.
  • চিভিচিপি জৈৱ-সাৰ.
  • সুফল- উদ্ভিদভিত্তিক জৈৱ-সাৰ প্ৰযুক্তি
  • শস্য বৃদ্ধি আৰু অধিক ফচলৰ বাবে বেক্টেৰিয়া ভিত্তিক দ্ৰৱ্য
  • কেঁচুসাৰ উৎপাদন
মহ বিতাড়ক ভেষজ দ্ৰৱ্য
  • মহ বিতাড়ক লাৰভিচাইড
  • মহ বিতাড়ক ভেষজ মলম মহ বিতাড়ক ভেষজ স্প্ৰে মহ বিতাড়ক ভেষজ তৰল ভেপ’ৰাইজাৰ
  • মহ বিতাড়ক ভেষজ মমবাতি
  • মহ বিতাড়ক ভেষজ ধূপকাঠি
 
  নিৰ্মাণ উপকৰণ   চামৰা  
 
  • ভিএছকে মিনি চিমেন্ট প্লান্ট
  • ব্ৰহ্মপুত্ৰৰ বালিৰপৰা মডুলাৰ ইটা
 
  • পেলনীয়া চামৰাৰপৰা সংমিশ্ৰিত চামৰা
 
  পৰিৱেশ উন্নয়ন আৰু সংৰক্ষণ   ডিজাইন  
 
  • খাৰুৱা তেল প্ৰদূষিত মাটিৰ জৈৱ নিৰাময়
 
  • শস্য মজুত ৰখাৰ এক উন্নত সঁজুলি
  • বাণিজ্যিকভাৱে মূল্যৱান তেল ডিষ্টিলেচন মেচিনৰ ডিজাইন
  • • ঘৰুৱা চৌকা তথা ছাৰক’ল প্ৰস্তুত কৰা যন্ত্ৰ
 
  PAPER, BOARDS & FIBERS   HERBAL PRODUCTS  
 
  • নমনীয় যৌগিক চামৰা
  • তেল শোষণ কৰা মেট
  • কৃষিজাত পেলনীয়া সামগ্ৰীৰপৰা ব’ৰ্ড
  • কলগছৰপৰা আঁহ নিষ্কাষণ প্ৰণালী
  • হস্তনিৰ্মিত কাগজ
 
  • বাত বিষ নিৰাময়ী ভেষজ মলম
  • ভেঁকুৰ ৰোধী ভেষজ মলম
  • ব্ৰণ বা মুখৰ দাগ গুচোৱা ভেষজ ক্ৰীম
  • তৰল দুৰ্গন্ধনাশক আৰু পৰিস্কাৰক
  • গোটা দুৰ্গন্ধনাশক আৰু ফ্ৰেছেনাৰ
  • কাঠ আৰু বাঁহৰ সুৰক্ষাৰ জৈৱ দ্ৰৱ প্রযুক্তি
  • ভেঁকুৰ প্ৰতিৰোধী চামৰা পলিচ
  • ৰুম ফ্ৰেছেনাৰ
  • ভেষজ লিপষ্টিক
  • খোৱাৰ উপযোগী প্ৰাকৃতিক ৰং (গাঢ় গোলাপী)
  • ভেষজ উপাদানেৰে তৈয়াৰ কৰা বেক্টেৰিয়া নাশক হেণ্ড-ৱাছ
 
  DRUGS & DRUG INTERMEDIATES   অজৈৱ ৰাসায়নিক  
 
  • ১৬-ডিপিএ
  • আৰ্টিথাৰ
  • আৰ্টিমিথাৰ
  • চডিয়াম আৰ্টিচুনেট
  • কাঠআলুৰপৰা ডাইঅছজেনিন
মেমব্ৰেন প্ৰযুক্তি
  • অক্সিৰেচভাৰেট্ৰল নিস্কাষণ আৰু পৰিশোধন প্ৰণালী
  • প্ৰাকৃতিক ৰং পৃথকীকৰণ পৰিশোধন প্ৰণালী
  • ড্ৰাগ অণুৰ ৰেচিমিক ৰিজ’লুউচনৰ বাবে নিয়ন্ত্ৰিত এমডব্লু (MW) কাট অফ্ যুক্ত ন’ভেল মেমব্ৰেন
  • এমিন’ এচিদৰ ৰেচিমিক ৰিজ’লুউচনৰ বাবে নিয়ন্ত্ৰিত এমডব্লু (MW) কাট অফ্ যুক্ত ন’ভেল মেমব্ৰেন
  • প্ৰচেছ এফ্লুএন্টৰপৰা এচিটিক এচিদ পৃথকীকৰণৰ মেমব্ৰেন প্ৰযুক্তি
 
  • নীলা ফ্লুঅ’ৰেছেণ্চ বিকিৰণ কৰা কাৰ্বন কোৱান্টাম ডটছ
  • চিলিকা জেল উৎপাদনৰ প্ৰণালী
  • ধান তুঁহৰ ছাইৰপৰা ডিটাৰজেন্ট গ্ৰেডৰ জিঅ’লাইট
  • ধান তুঁহৰপৰা চিলিকা/চ’ডিয়াম
  • নেন‘ছিদ্ৰযুক্ত ম’ন্টম’ৰিল’নাইট
 
  OTHERS      
 
  • উদ্ভিদজাত সামগ্ৰীৰপৰা ভেনিলিন উৎপাদনৰ প্ৰণালী
  • কম ধূলি উৰা চক পেঞ্চিলৰ প্ৰযুক্তি
  • মম ভিত্তিক ৰঙীন পেঞ্চিলৰ উৎপাদন প্ৰযুক্তি
 
  •  
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee