শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |
Click here to download Active And Mature Technologies of CSIR-NEIST
চিএছআইআৰ-নেইষ্টে স্থাপন কালৰেপৰা কৃষি-প্ৰযুক্তি, প্ৰাকৃতিক দ্ৰৱ্য ৰসায়ন, ঔষধ আৰু ঔষধীয় ইন্টাৰমেডিয়েট, ভিএছকে চিমেন্ট, উদ্ভিদ প্ৰযুক্তি, পেট্ৰ’লিয়াম মাইক্ৰ’বায়’ল’জি আৰু পেট্ৰ’কেমিকেলছ, খাৰুৱা তেল পৰিবহন, পৰিৱেশ অধ্যয়ন, কাগজ পণ্য আৰু প্রাকৃতিক আঁহ, ভূতাত্বিক গৱেষণা, মাটি আৰু বিল্ডিং উপকৰণ, ফাউণ্ডেচন ডিজাইন ইঞ্জিনিয়াৰিং, আদি ক্ষেত্ৰত নৈপুণ্য অৰ্জন কৰিছে । এতিয়ালৈকে গৱেষণাগাৰটোৱে ১১৭ টাতকৈয়ো অধিক প্ৰযুক্তি উদ্বাৱন কৰিছে । তাৰে ৬০ শতাংশ প্ৰযুক্তি বাণিজ্যিকভাবে সফল হৈছে । নেইষ্ট উদ্ভাৱিত এই প্ৰযুক্তিসমূহৰদ্বাৰা কেৱল উত্তৰ-পূৰ্ৱাঞ্চলেই নহয়, দেশৰ বাকী অঞ্চলসমূহো প্ৰচুৰভাৱে উপকৃত হৈছে । এই প্ৰযুক্তিসমূহে কেৱল উৎপাদনশীলতা বঢ়োৱাই নহয়, থলুৱা সম্পদৰ উপযুক্ত ব্যৱহাৰ, কৰ্মসংস্থান সৃষ্টি, কাৰিকৰী দক্ষতা বৃদ্ধিৰ লগতে জীৱনৰ মানো উন্নীত কৰিছে ।
MAJOR PROCESSES/TECHNOLOGIES DEVELOPED
- আৰ্টিথাৰ. আৰ্টিমিথাৰ আৰু চডিয়াম আৰ্টিচুনেট – ফলপ্ৰদ নতুন এন্টি-মেলেৰিয়া ঔষধ তথা ঔষধ ইন্টাৰমেডিয়েট, পেলনীয়া চাহপাতৰপৰা কেফেইন, ১৬-ডিপিএ
- ক্ষুদ্ৰ চিমেন্ট কাৰখানাৰ বাবে উলম্ব ছাফ্ট (shaft) কিল্ন (৬০-১০০ টিডিপি)
- ক’ল্ড বণ্ডেড আইৰণ অৰ পেলেট উৎপাদনৰ প্ৰণালী
- খাৰুৱা তেলৰ অৱশেষৰপৰা মাইক্ৰ’ক্ৰিষ্টেলাইন মম
- অতিমাত্ৰা মমযুক্ত খাৰুৱা তেলৰ পৰিবহনত ব্যৱহাৰযোগ্য
- কৃষি-ৰাসায়নিক যেনে – ফ’ছফামিডন, কুইনলফ’ছ. ক্ল’ৰ’ফেনভিনফ’ছ
- তৈলক্ষেত্ৰ ৰাসায়নিক যেনে উচ্চ আৰু মজলীয়া ক্ষমতাসম্পন্ন প্ৰ’পেন্ট, ক্ৰ’ম লিগনাইট, ক্ৰ’ম মুক্ত লিগনাইট, প্ৰৱাহ সুচল কৰা পদাৰ্থ (SWAT-104 and SWAT-106) আৰু তেল মুক্ত কৰা পদাৰ্থ
- কৃষি প্ৰযুক্তি – কাঠফুলাৰ খেতি, কাঠফুলাৰ বীজ উৎপাদন, কেঁচুসাৰ উৎপাদন আৰু চিত্ৰনলা, গান্ধবিৰিণা (Lemongrass) পাচাউলি, গোন্ধবেল, চ’লানাম খাছিআনাম, Safed Musli, কাঠআলু, ষ্টেভিয়া, Mentha piperita, Mentha citrata and Mentha arvensis. আদিৰ কৃষি প্ৰযুক্তি
- কলা-কৰ্ষণৰ জৰিয়তে বেম্বুছা বেলকূনা প্ৰজাতিৰ বাহৰ পুলি উৎপাদন
- বাণিজ্যিকভাৱে মূল্যৱান তেলভিত্তিক প্ৰযুক্তি যেনে - তৰল দুৰ্গন্ধনাশক আৰু পৰিস্কাৰক, মহ বিতাড়ক গুণসম্পন্ন ভেষজ ৰুম ফ্ৰেছেনাৰ
- বিশিষ্টতা থকা কাগজ আৰু ব’ৰ্ড যেনে – থাৰ্ম’গ্ৰাফিক কাগজ, কাৰ্বনহীন প্ৰতিলিপি কৰা কাগজ, পোনপটীয়া প্ৰতিলিপি কাগজ, কাৰেকছন কাগজ, কাৰ্বন-কাগজ, আঠাযুক্ত কাগজৰ টেপ, হস্তনিৰ্মিত কাগজ (পানীমেটেকা আৰু পেলনীয়া কাগজৰপৰা, মেট্ৰিক্স বৰ্ড (stereoflong and rubber stereo) কৃষি-উদ্যোগৰ পেলনীয়া সামগ্ৰীৰপৰা ব’ৰ্ড, ধানখেৰ আৰু অন্যান্য সামগ্ৰীৰপৰা মধ্যম ঘনত্বৰ ব’ৰ্ড
- কাগজৰ শ্লেট, প্লাষ্টিক শ্লেট, মম-ভিত্তিক ছবি অঁকাৰঙীন পেঞ্চিল, কম ধূলি উৰা চক পেঞ্চিল, প্ৰিন্টিং চিয়াহী, ব্লেক ব’ৰ্ডৰ ৰং আদি
- অসমৰ চাহপাতৰপৰা গ্ৰীন টি প’লিফেনল
- পানী ফিল্টাৰ কেণ্ডেল.
- কম খৰচী ঘৰৰ চাল, বাঁহৰ ঘৰ
- মহ বিতাৰক ভেষজ ধূপকাঠি
- কলগছৰ আঁহ নিষ্কাষণ প্ৰযুক্তি আৰু এই আঁহেৰে কাৰ্পেট, বেগ, ফুলদানি, টেবুল মেট, ইত্যাদি মূল্যৱান সামগ্ৰী তৈয়াৰ
- তেল খাদৰ চিমেন্ট এডিটিভ
- ট্ৰাই-ফিনাইল আৰু ট্ৰাই-ক্ৰেছাইল ফছফেট
- বেক্টেৰিয়া ভিত্তিক উদ্ভিদৰ শ্ৰীবৃদ্ধিকাৰক দ্ৰৱ্য
- বায়’ অৰ্গেন’ সাৰ
- শস্য বৃদ্ধি আৰু অধিক ফচলৰ বাবে বেক্টেৰিয়া ভিত্তিক দ্ৰৱ্য
- টিপি-১৬ জৈৱ-সাৰ.
- এজমা প্ৰতিৰোধী দ্ৰৱ্য
PRODUCTS DEVELOPED
- Herbal Anti-Arthritis ointment.
- Herbal Fungi-Destruct ointment.
হস্তান্তৰৰ বাবে সাজু প্ৰযুক্তি/প্ৰণালী
AGRO-PRACTICES/AGRO-TECHNOLOGIES | জৈৱ সাৰ | |||
|
|
|||
নিৰ্মাণ উপকৰণ | চামৰা | |||
|
|
|||
পৰিৱেশ উন্নয়ন আৰু সংৰক্ষণ | ডিজাইন | |||
|
|
|||
PAPER, BOARDS & FIBERS | HERBAL PRODUCTS | |||
|
|
|||
DRUGS & DRUG INTERMEDIATES | অজৈৱ ৰাসায়নিক | |||
|
|
|||
OTHERS | ||||
|