Connecting Science and Technology for a brighter tomorrow



প্ৰাপ্তিসমূহ ( যোৱা ৫৫ বছৰত )

পিএইচ ডি বঁটা প্ৰদান কৰা হৈছে :

১২ জনক
শ্ৰেষ্ঠ পত্ৰৰ বঁটা : ২০০০ চনত কলকাতাৰ ইনষ্টিটিউচন অৱ কেমিষ্টৰ দ্বাৰা পুৰস্কৃত
মুঠ প্ৰকাশন : ২৮৩ খন, গড় ইম্পেক্ট ফ্য়েক্টৰ- ২.৩, সৰ্বাধিক ইম্পেক্ট ফ্য়েক্টৰ- ৬.৪
  সন্মিলনত উপস্থাপন কৰা পত্ৰ- ৩৩
  প্য়েটেন্ট ফাইল্ড- ১৯
ফেল’স্বিপ : আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ জৈৱ সংবেদকৰ ক্ষেত্ৰত বয়জকাষ্ট ফেল’শ্বিপ
বিদেশ ভ্ৰমণ ৭ জন বিজ্ঞানী
সম্পূৰ্ণ হোৱা প্ৰকল্প : ১) জিএপি-০২১২ : “খাদ্যত মাইক’টক্সিন (মুখ্যতঃ খাদ্যশস্য) নিৰ্ধাৰণৰ বাবে এক নতুন লেব-অন-চিপ বায়’চেঞ্চৰৰ বিকাশ।”
 

ভাৰতীয় ডিএছটিৰ দ্বাৰা বিত্তীয় সাহাৰ্য্য় লাভ = ১৭,২০,০০০টকা
সময় : ১২.০৩.২০০৯ ৰ পৰা ১২.০৩.২০১১

  ২) জিএপি-০২২৩ : : “ইলেক্ট্ৰ বিশ্লেষণাত্মক কৌশল ব্য়ৱহাৰ কৰি বৃহৎ পৰিমানৰ ফাৰমাচিউটিকেল আৰু জৈৱিক তৰলৰ নিৰ্ণয়, বৈধতা আৰু পদ্ধতিৰ বিকাশ।”
  ভাৰতীয় ডিএছটিৰ দ্বাৰা বিত্তীয় সাহাৰ্য্য় লাভ =১৬,৪২,৩১০ টকা
সময় : ০৪.১১.২০০৯ ৰ পৰা ৩১.০৫.২০১১
7. . নতুন প্ৰকল্প ( বৰ্তমান চলি থকা ) ক ) ইনহাউচ কাৰ্যক্ৰম
  প্ৰকল্পৰ শীৰ্ষক : “কীটনাশক চিনাক্তকৰণৰ বাবে চেঞ্চৰৰ বিকাশ”, ( এপ্ৰিল ১, ২০১২ ৰ পৰা মাৰ্চ ৩১, ২০১৭ )
  খ ) নেটৱৰ্ক কাৰ্যকলাপ
 

শীৰ্ষক : অণুৰ পৰা সামগ্ৰী আৰু সামগ্ৰীৰ পৰা ডিভাইচলৈ ( এম২ডি )
নডেল লেব : চিএছআইআৰ-এনআইআইএছটি, ত্ৰিবান্দ্ৰম, প্ৰাপ্ত পুঁজি: বিত্তীয় বৰ্ষ ২০১২-১৩ = ১৩ লাখ টকা
মুঠ প্ৰয়োজনীয় = ৩১৭.৬০ টকা ( ২০১২-২০১৭ ) চিএছআইআৰ-নেইষ্টৰ কাৰণে

  পৃষ্ঠপোষকতা কৰা প্ৰকল্প সমূহ
 

শীৰ্ষক : বায়’চেঞ্চিং এপ্লিকেশ্য়নৰ বাবে স্ক্ৰীণ প্ৰিণ্টেড ইলেক্ট্ৰড (এছপিই) জৈৱিক-অজৈৱিক হাইব্ৰিড নেন’-কম্প’জিটৰ ব্য়ৱহাৰ (জিএপি-০২৮৯) : ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, নতুন দিল্লী, : অনুমোদন নং- INT/RUS/RFBR/P-১৫৩, দিনাংক- ৭.১০.২০১৩, মুঠ ব্যয় : ১৯,১৪,২৪০/- টকা, (২০১৪-২০১৬)

  ঘ) চুক্তি কাৰ্যকলাপ
  ১২.০২.২০১৪ তাৰিখৰ পৰা অইল ইণ্ডিয়া লিমিটেড, দুলিয়াজান, অসমৰ সৈতে মুঠ ১৬,১৭,৬০০ টকাৰ ব্যয়ত ড্ৰিল কাট্ছ আৰু ড্ৰিল মাড বিশ্লেষণৰ বাবে তিনি বছৰৰ চুক্তি কৰা হৈছে।
  সমাজ সেৱা
 

ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ সকলো চাহ কেন্দ্ৰ, অএনজিচিএল, অইল, এয়াৰ পৰ্ট, বায়ু সেনা, অসম ৰাইফলছ, এনএফ ৰেলৱে, চিকিৎসালয়, উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয় সমূহ, বিদ্যালয় আৰু মহাবিদ্যালয়লৈ বিশ্লেষণাত্মক সেৱা আগবঢ়াই প্ৰধানকৈ পানীৰ মানদণ্ড নিৰ্ণয়, মাটি/সাৰৰ বিশ্লেষণ আদিৰ জড়িয়তে বিশ্লেষণাত্মক ৰসায়ন গোটে সামাজিক সেৱা প্ৰদান কৰি আহিছে। তদুপৰি, অসম চৰকাৰৰ ৰাজহুৱা পানী যোগান প্ৰণালী, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য আয়ুক্ত আৰু কেইবাটাও বেচৰকাৰী সংগঠনৰ সগতে বহু সংখ্য়ক ব্য়ক্তিলৈ এই সেৱা আগবঢ়োৱা হৈছে। ই সমাজৰ প্ৰতি এক গুৰুত্বপূৰ্ণ কাম প্ৰদান কৰাত সহায় কৰে আৰু মানুহৰ জীৱন যাত্ৰাৰ মানদণ্ড উন্নত কৰাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ দায়িত্ব বহন কৰে।

সমগ্ৰ উত্তৰ-ভাৰত সামৰি লোৱা বিভিন্ন নিৰ্মাণ কাৰ্যৰ বাবে ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ প্ৰাইভেট লিমিটেড, নিপক’, বগীবিল প্ৰকল্প, উজনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্প, মাইবেলা তাপ প্ৰকল্প, মেচাৰ্ছ গেৰিচন অভিযন্তা, মেচাৰ্ছ বিজয় টেংক আৰু জাহাজ, আৰু মেচাৰ্ছ কৌশিক এণ্টাৰপ্ৰাইজ আদিক বিশ্লেষণাত্মক সেৱা প্ৰদান কৰা হৈছে। এই গোটটোৱে ডিব্ৰুগড় বিশ্ববিদ্য়ালয়, গুৱাহাটী বিশ্ববিদ্য়ালয়, তেজপুৰ বিশ্ববিদ্য়ালয়, শিলচৰ বিশ্ববিদ্য়ালয়, নাগালেণ্ড বিশ্ববিদ্য়ালয়, এনআইটি-শিলচৰ আৰু যোৰহাটৰ বিভিন্ন মহাবিদ্য়ালয়ৰ গৱেষণা আৰু উন্নয়ণৰ ক্ষেত্ৰত বিভিন্ন তথ্য় সংহতিত সহযোগিতা আগবঢ়াই আহিছে।

  চ) সম্প্ৰসাৰিত প্ৰশিক্ষণ
 

বিভাগটোৱে অসমৰ গুৱাহাটীৰ পৰিৱেশ গৱেষণা আৰু মূল্যাঙ্কন কেন্দ্ৰৰ পৰা পানীৰ গুণগত মানদণ্ড নিৰ্ধাৰণৰ বাবে বিভিন্ন লোকক প্ৰশিক্ষণ দিয়াৰ বাবে ইয়াৰ সেৱা সম্প্ৰসাৰিত কৰিছে।

  ছ) যোৱা ৫৫ বছৰত উৎপন্ন হোৱা ইচিএফ
 
  • পৰীক্ষা মাচুলৰ পৰা : ১,১৯,৫০,৫৪০/- টকা
  • জিএপি প্ৰকল্পৰ পৰা : ৪৩,৯৫,৭৩৫/- টকা

 মুঠ ইচিএফ : ১,৬৩, ৪৬,২৯৯.০০ টকা


 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee