Connecting Science and Technology for a brighter tomorrow



বিশ্লেষণাত্মক ৰসায়ন গোটত উপলব্ধ বিশ্লেষণাত্মক সুবিধাসমূহ

    1. এডভাঞ্চ ডিপিএক্স ৫০০ মেগাহাৰ্জ এফটি এনএমআৰ স্পেক্ট্ৰ’মিটাৰ, মেক: ব্ৰুকাৰ
    2. এডভাঞ্চ ডিপিএক্স ৩০০ মেগাহাৰ্জ এফটি এনএমআৰ স্পেক্ট্ৰ’মিটাৰ, মেক: ব্ৰুকাৰ
    3. চিচিডি আধাৰিত একক ক্ৰিষ্টেল এক্স-ৰে ডিড্ৰাক্ট’মিটাৰ, মেক:ৰিগাকু
    4. পাউডাৰ এক্স-ৰে ডিড্ৰাক্ট’মিটাৰ, প্ৰকাৰ জেডিএক্স-১১পি৩এ, মেক: জিওল, জাপান
    5. ইউ ভি স্পেক্ট্ৰ’মিটাৰ, মডেল : জিএছ ৫০৫৭, মেক: ইচিআইএল
    6. ইউভি-ভিছ স্পেক্ট্ৰ’মিটাৰ, মডেল : স্পেকৰ্ড-২০০, মেক- এনালাইটিকজেনা এজি
    7. এফটিআইআৰ ইনষ্ট্ৰুমেণ্ট, মডেল: স্পেকট্ৰাম ১০০, মেক: পাৰ্কিন এলমাৰ
    8. এফটিআইআৰ ইনষ্ট্ৰুমেণ্ট, মডেল: চিষ্টেম ২০০০, মেক: পাৰ্কিন এলমাৰ
    9. জিচি ক্ৰমেট’গ্ৰাফ: মডেল ১০০০: মেক: কেমিট’
    10. জিচি-এমএছ চিষ্টেম: মডেল: ট্ৰেচ ডিএচকিউ জিচিএমএছ, মেক: থাৰ্মো ফিছাৰ চাইণ্টিফিক
    11. চিএইচএন এনালাইজাৰ: মডেল: পিই ২৪০০ চিৰিজ ২, মেক: পাৰ্কিন এলমাৰ
    12. পাৰমাণৱিক অৱশোষণ: মডেল: এনালিষ্ট -৭০০, মেক: পাৰ্কিন এলমাৰ
    13. প্ৰেপ এইচপিএলচি: মেক: ৱাটাৰ্চ
    14. ইলেক্ট্ৰ’কেমিকেল এনালাইজাৰ: গেমৰী ৰেফাৰেন্স ৩০০০ পটেঞ্চিঅ’ষ্টেট / গেলভেন’ষ্টেট / জেডআৰএছ
নেইষ্টৰ উচ্চ-প্ৰযুক্তিৰ বিশ্লেষণাত্মক সুবিধাসমূহ
 
এডভাঞ্চ ডিপিএক্স ৫০০ মেগাহাৰ্জ এফটি, এনএমআৰ স্পেক্ট্ৰ’মিটাৰ, মেক: ব্ৰুকাৰ   এডভাঞ্চ ডিপিএক্স ৩০০ মেগাহাৰ্জ এফটি , এনএমআৰ স্পেক্ট্ৰ’মিটাৰ, মেক: ব্ৰুকাৰ

বৈশিষ্ট্য় আৰু প্ৰয়াগ :
নিউক্লিয়াৰ মেগনেটিক ৰেজনেন্স (এনএমআৰ) হৈছে এক শক্তিশালী তুলনামূলক বিশ্লেষণাত্মক সঁজুলি, যাৰ সহায়ত আপেক্ষিক বিন্যাস, আপেক্ষিক আৰু পৰম ঘনত্ব, আৰু আনকি আন্তঃআণৱিক ক্ৰিয়াসহ আণৱিক গাঁথনি নিৰ্ণয় কৰিব পাৰি। নেইষ্টত দুটা এনএমআৰ উপলব্ধ, এটা হৈছে ৫০০ মেগাহাৰ্জ আৰু এটা ৩০০ মেগাহাৰ্জ এফটি এনএমআৰ স্পেক্ট্ৰ’মিটাৰ।

 

১এইছ এনএমআৰ আৰু ১৩চি এনএমআৰে এটা অণুত ৰাসায়নিক সত্তাৰ সংখ্যা আৰু প্ৰকাৰৰ (প্ৰটন আৰু কাৰ্বন দুয়োটা) বিষয়ে তথ্য প্ৰদান কৰে যাক অজ্ঞাত জৈৱিক যৌগৰ গঠন নিৰ্ধাৰণৰ বাবে ব্যৱহাৰ কৰিব পাৰি। লগতে ই বিভিন্ন প্ৰকাৰৰ হাইড্ৰ’জেন পৰমাণু আৰু অণুটোত থকা বিভিন্ন প্ৰকাৰৰ প্ৰটনৰ বৈদ্যুতিক পৰিৱেশৰ বিষয়ে তথ্য প্ৰদান কৰে, (১এইচ এনএমআৰ প্ৰকাৰৰ কাৰ্যপ্ৰণালীৰ দ্বাৰা)।

যেতিয়া সঁজুলিটো ১৩চি ম’ডত সঞ্চালিত হয়, ই অণুটোত থকা বিভিন্ন প্ৰকাৰৰ কাৰ্বন পৰমাণু, বিভিন্ন প্ৰকাৰৰ কাৰ্বন পৰমাণুৰ বৈদ্যুতিক পৰিৱেশ আৰু লগতে কাৰ্বন পৰমাণুএটাৰ চুবুৰীয়াৰ সংখ্যাৰ বিষয়ে তথ্য প্ৰদান কৰে।

 
চিচিডি আধাৰিত একক ক্ৰিষ্টেল এক্স-ৰে, ডিড্ৰাক্ট’মিটাৰ, মেক:ৰিগাকু   পাউডাৰ এক্স-ৰে ডিড্ৰাক্ট’মিটাৰ, প্ৰকাৰ, জেডিএক্স-১১পি৩এ, মেক: জিওল, জাপান

বৈশিষ্ট্য় আৰু প্ৰয়াগ :
চিচিডি আধাৰিত চেটাৰ্ন ৭২৪ কেমেৰা আৰু নিম্ন তাপমাত্ৰা সংলগ্নৰে সজ্জিত সৰু মোলেলৰ ডাৰ্মিন ৩ডি-গাঁথনিৰ বাবে উপযোগী।

 

বৈশিষ্ট্য় আৰু প্ৰয়াগ :
বিভিন্ন স্ফটিক পৰ্যায় / কঠিন নমুনাৰ স্ফটিক গুণাগুণৰ জিবিচি ১২২ডি অট’মেচন ইণ্টাৰফেচ নিৰ্ধাৰণৰ সুবিধাৰে আপগ্ৰেডেড।


     
     
 
 

চি এছ আই আৰ- উত্তৰ-পূৱ বিজ্ঞান আৰু প্রযুক্তি প্রতিষ্ঠান
(পূৰ্বৰ আঞ্চলিক গৱেষণাগাৰ), যোৰহাট-৭৮৫০০৬, অসম
© 2014-All Rights Reserved
Designed By COMIT IT Solution
Maintained by Electronic Information Dissemination Committee