শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |
বৰ্তমান চলি থকা গৱেষণা আৰু উন্নয়নৰ কামসমূহ-
- . জৈৱ-সম্পদৰ পৰা একত্ৰীকৰণ আৰু ইন্টেঞ্চিফিকেশ্য়ন প্ৰক্ৰিয়াৰ সহায়ত জৈৱসামগ্ৰী, ৰাসায়নিক সামগ্ৰী আৰু ইন্ধন বিকাশৰ ওপৰত অধ্য়য়ন আৰু মাটি স্থিৰকৰণ কৌশলৰ বিকাশ।
ৱৰ্ক পেকেজ ১ - : প্ৰাকৃতিক ফিডষ্টক আৰু পাৰিপাৰ্শ্বিক নিয়ন্ত্ৰণৰ পৰা ঔদ্যোগিক জৈৱসামগ্ৰীৰ বাবে দ্ৰুত পদ্ধতিৰ বিকাশ, একত্ৰীকৰণ, ক্ষুদ্ৰকৰণ আৰু জীৱন চক্ৰ মূল্যায়নৰ ওপৰত অধ্যয়ন।
প্ৰকল্প তদাৰক- :ড০ প্ৰণৱ বৰকাকতি
পুঁজি সংস্থা : চিএছআইআৰ, নতুন দিল্লী ( ইন-হাউচ ) - গেছ আৰু তৰলৰ কাৰ্যকৰী পৃথকীকৰণৰ বাবে মেমব্ৰেন আৰু এডচৰ্বেণ্ট প্ৰযুক্তি বিকাশ ( মেট্চ )
প্ৰকল্প তদাৰক- : ড০ স্বপ্নালী হাজৰিকা
পুঁজি সংস্থা- : চিএছআইআৰ, নতুন দিল্লী ( চিএছআইআৰ নেটৱৰ্ক ) - ঔদ্যোগিক বিপদাশংকা হ্ৰাসৰ বাবে স্বাভাৱিকভাৱে সুৰক্ষিত পদ্ধতি ( ইনস্পায়াৰ )
প্ৰকল্প তদাৰক- :শ্ৰী বিপুল দাস
পুঁজি সংস্থা- : চিএছআইআৰ, নতুন দিল্লী ( চিএছআইআৰ নেটৱৰ্ক ) - কাৰ্বন-ডাই-অক্সাইড পৃথকীকৰণ আৰু গ্ৰীণ হাউচ গেছৰ নিৰ্গমন নিয়ন্ত্ৰণৰ বাবে আণৱিক গেট মেমব্ৰেনৰ বিকাশ
প্ৰকল্প তদাৰক- ড০ স্বপ্নালী হাজৰিকা
পুঁজি সংস্থা- : ডিএছটি, নতুন দিল্লী