শৈক্ষিক কাৰ্য্যক্ৰম |
গৱেষণাগত সুবিধাসমূহ |
টেণ্ডাৰ |
প্ৰাসংগিক লিংকসমূহ |
আৰটিআই |
ফটো গেলেৰী |
ৱেব-মেইল |
যোগাযোগ আৰু ঠিকনা |
বৰ্তমান চলি থকা গৱেষণা আৰু উন্নয়ণৰ কাৰ্যসমূহ
- যোৰহাট আৰু ইয়াৰ ওচৰৰ কিছু অঞ্চলৰ লগতে অসমৰ কিছুমান চিহ্নিত অঞ্চলত নিৰ্মাণ কাৰ্যৰ বাবে ব্য়ৱহৃত মাটিৰ বিভিন্ন কৌশলৰ অধ্য়য়ন আৰু বিকাশ।
- উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগ প্ৰৱণ গ্ৰাম্য অঞ্চলৰ বাবে ক্ষণস্থায়ী ঘৰৰ ডিজাইন আৰু বিকাশ ( সাধাৰণ অভিযান্ত্ৰিক গ্ৰুপৰ সৈতে যুটীয়াভাৱে নেটৱৰ্ক প্ৰকল্প ) ।
- ৰাস্তা পদূলি নিৰ্মাণত প্ৰয়োজন হোৱা সামগ্ৰী তৈয়াৰ কৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ বালিৰ মূল্য়াংকন নিৰ্ণয়। (উক্ত প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া বিভাগৰ দ্বাৰা পুঁজি যোগান )
- ব্ৰহ্মপুত্ৰৰ বালিৰ পৰা মডুলাৰ ইটা নিৰ্মাণৰ পদ্ধতি বিকাশ। ( উক্ত প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্য়া বিভাগৰ দ্বাৰা পুঁজি যোগান )
- ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ মূখ্য় চহৰ সমূহত ভূমিকম্পৰ প্ৰাবল্য়তা মূল্য়ায়ন। ( উক্ত প্ৰকল্পৰ বাবে ভূ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ লগত যুটীয়া ভাৱে এনিচি শ্বিলঙৰ দ্বাৰা পুঁজি যোগান )